RSSত যোগ দিব পাৰেনে মুছলমানে? ক’লে মোহন ভাগৱতে
কৰ্ণাটকৰ বেংগালুৰু চহৰত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত থাকি মোহন ভাগৱতে এনে বিষয়ত মতামত দাঙি ধৰিছে। আৰ এছ এছৰ শতবাৰ্ষিকী উদযাপন উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হৈছিল। মুছলমান বা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংঘত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সংঘৰ নীতি দোহাই দিয়ে মোহন ভাগৱতে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, চমুকৈ আৰ এছ এছত মুছলমানসকলে যোগ দিব পাৰেনে? মুছলমানসকলক আৰ এছ এছত প্ৰৱেশৰ অনুমতি দিয়া হৈছে নেকি? এই প্ৰশ্ন কৰা হৈছে সংঘৰ মুৰব্বী মোহন ভাগৱতক। কেৱল সেয়াই নহয়, দেশৰ সংখ্যালঘুসকলৰ সন্দৰ্ভত সংঘৰ চিন্তাধাৰাক লৈও সংঘ মুৰব্বীগৰাকীক প্ৰশ্ন কৰা হৈছিল। উত্থাপিত এনে প্ৰশ্নৰ উত্তৰত মোহন ভাগৱতে কৰা মন্তব্যই এতিয়া দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। পিছে এনে প্ৰশ্নৰ উত্তৰত কি কৈছে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে।

Latest Videos