গুৱাহাটীত পোষ্ট মেলনৰ সংগীতানুষ্ঠান সন্দৰ্ভত প্ৰতিক্ৰিয়া অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ
পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। তেওঁ কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে, দোষীয়ে শাস্তি নোপোৱালৈকে গুৱাহাটীত পোষ্ট মেলনৰ দৰে সংগীতানুষ্ঠান অনুষ্ঠিত কৰিব নালাগে বুলি দাবী জনোৱা হৈছিল।
গুৱাহাটীত অনুষ্ঠিত পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। তেওঁ কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে, দোষীয়ে শাস্তি নোপোৱালৈকে গুৱাহাটীত পোষ্ট মেলনৰ দৰে সংগীতানুষ্ঠান অনুষ্ঠিত কৰিব নালাগে বুলি দাবী জনোৱা হৈছিল। পোষ্ট মেলনৰ বিৰোধিতা কৰা নাই, কিন্তু পোষ্ট মেলনৰ দৰে সংগীত শিল্পীৰ অনুষ্ঠান বৰ্তমান অসমত অনুষ্ঠিত কৰাটো সঠিক সময় নহয়। কাৰণ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত লৈ উত্থাপিত প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই অসমৰ ৰাইজে। এক প্ৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সম্পূৰ্ণ নোহোৱালৈকে পোষ্ট মেলনৰ অনুষ্ঠিত কৰাটো সঠিক নহয় বুলি কয় লুৰীণজ্যোতি গগৈয়ে।
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
