LIC: বন্ধ হৈ পৰা LIC ৰ পলিচি পুনৰ উদ্ধাৰৰ সুযোগ…
LIC Policy: বহু সময়তে বহুতে এল আই চিত পলিচি খোলে যদিও টকা দিব নোৱাৰাৰ বাবে বন্ধ হৈ পৰে। এনে অৱস্থাত মানুহ সমস্যাত পৰে। পিছে এই সমস্যা দূৰ কৰাৰ বাবে এল আই চিয়ে আনিছে বিশেষ ব্যৱস্থা।
ভাল ভৱিষ্যতৰ বাবে সকলোৱে টকা সঞ্চয় কৰে। বিভিন্নজনে এল আই চিত পলিচি খোলে। কিন্তু প্ৰিমিয়াম দিব নোৱাৰাৰ বাবে বহুতৰে এই পলিচি বন্ধ হৈ যায়। আপোনাৰো এনে পলিচি বন্ধ হৈ পৰিছে নেকি? যদি পৰিছে তেন্তে আছে এক ভাল খবৰ। ২০২৬ চনৰ আৰম্ভণিতে গ্ৰাহকৰ বাবে এল আই চিয়ে এই ভাল খবৰ দিয়ে।ভাৰতীয়া জীৱন বীমা নিগম (LIC) য়ে আনিছে পুনৰজ্জীৱিন অভিযান। ইয়াৰ অধীনত ৰেহাই লাভ কৰিব আৰু বন্ধ হৈ পৰা পলিচি পুনৰ উদ্ধাৰ কৰিব পাৰিব। এই ক্ষেত্ৰত সময়ো বান্ধি দিছে
ইয়াৰ প্ৰভাৱ দেখা গৈছে শ্বেয়াৰ বজাৰতো। ২ জানুৱাৰীত শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছিল। গতিকে পলিচি পুনৰ উদ্ধাৰ কৰাৰ বাবে আপোনাৰ হাতত এয়া ভাল সুযোগ।
সবিশেষ জানিবলৈ চাওক ভিডিঅ’…
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
