কাৰ্বি আংলঙৰ ৫টা সমষ্টিত ১০০ শতাংশ বিজেপিয়েই জয়ী হ’বনে?
আগন্তুক বিধানসভা নিৰ্বাচনত দলৰ জয়ক লৈ যথেষ্ট আশাবাদী কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। TV9 Assam- ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত তুলিৰাম ৰংহাঙে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ ৫টা সমষ্টিৰ লগতে ডিমা হাচাওৰ আসনত দলৰ জয়ৰ সম্ভাৱনাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
চলিত বৰ্ষটি বিদায়ৰ দিশে আগবঢ়াৰ লগে লগে এতিয়া ৰাজ্যত ক্ৰমাৎ বিধানসভা নিৰ্বাচনৰ চৰ্চাও বৃদ্ধি পাইছে। নিৰ্বাচনী যুঁজলৈ সাজু হৈছে প্ৰতিটো দল। আগন্তুক এই বিধানসভা নিৰ্বাচনত দলৰ জয়ক লৈ যথেষ্ট আশাবাদী কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। TV9 Assam– ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত তুলিৰাম ৰংহাঙে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ ৫টা সমষ্টিৰ লগতে ডিমা হাচাওৰ আসনত দলৰ জয়ৰ সম্ভাৱনাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
কেৱল সেয়াই নহয়, তেওঁ লগতে বিৰোধী কংগ্ৰেছক তথা দলটোৰ প্ৰদেশ সভাপতি গৌৰৱ গগৈকো তীক্ষ্ণ আক্ৰমণৰ লক্ষ্য কৰি লয়। TV9 Assam– ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কি ক’লে, চাওক ভিডিঅ’…
Latest Videos
