জোনবিল মেলাৰ দ্বিতীয় দিনা মুকলি সভাত তিৱা ৰজাসকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকা

Jan 23, 2026 | 7:19 PM

জোনবিল মেলাৰ দ্বিতীয় দিনা মুকলি সভাত তিৱা ৰজাসকলৰ সৈতে মন্ত্ৰী পীযুয হাজৰিকাৰ অংশগ্ৰহণ। মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী পীয়ুষ হাজৰিকাই মুকলি সভাত তিৱা ৰজাসকলক প্ৰদান কৰে এক লাখ টকাকৈ ৰাজভাট্টা।

জোনবিল মেলাৰ দ্বিতীয় দিনা মুকলি সভাত তিৱা ৰজাসকলৰ সৈতে মন্ত্ৰী পীযুয হাজৰিকাৰ অংশগ্ৰহণ। মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী পীয়ুষ হাজৰিকাই মুকলি সভাত তিৱা ৰজাসকলক প্ৰদান কৰে এক লাখ টকাকৈ ৰাজভাট্টা। জাগীৰোডক চেটেলাইট চিটি ঘোষণাৰ ক্ষেত্ৰত সদৌ তিৱা ছাত্ৰ সন্থাই বিৰোধিতা কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি সামৰি লোৱা নাই বুলি অৱগত কৰে।