শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শ্বাহেনশ্বাহৰ ‘স্বৰ্ণ কমোডে’ লগাইছে তোলপাৰ, দাম শুনিলে হ’ব আচৰিত

শ্বাহেনশ্বাহৰ ‘স্বৰ্ণ কমোডে’ লগাইছে তোলপাৰ, দাম শুনিলে হ’ব আচৰিত

Monjit Dutta
Monjit Dutta | Published: 22 Jan 2026 00:16 AM

শেহতীয়াকৈ অভিনেতা বিজয় বাৰ্মাই 'পিংক'ৰ শ্বুটিং দিনৰ এখন পুৰণি চেলফি শ্বেয়াৰ কৰাৰ পিছতে এই চৰ্চা আৰম্ভ হয়, য’ত বিগ বি-ৰ বাথৰুমত এটা জিলিকি থকা সোণালী কমোড দেখা গৈছে। প্ৰশ্ন উঠিছে, এই কমোডটো সঁচাকৈয়ে সোণৰ নেকি?

বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ বিলাসবহুল জীৱনশৈলী পুনৰ চৰ্চালৈ আহিছে তেওঁৰ ঘৰৰ এটা ‘সোণালী কমোড’ৰ (Golden Toilet) বাবে। শেহতীয়াকৈ অভিনেতা বিজয় বাৰ্মাই ‘পিংক’ৰ শ্বুটিং দিনৰ এখন পুৰণি চেলফি শ্বেয়াৰ কৰাৰ পিছতে এই চৰ্চা আৰম্ভ হয়, য’ত বিগ বি-ৰ বাথৰুমত এটা জিলিকি থকা সোণালী কমোড দেখা গৈছে। প্ৰশ্ন উঠিছে, এই কমোডটো সঁচাকৈয়ে সোণৰ নেকি? বিশেষজ্ঞৰ মতে, সোণৰ প্ৰলেপ দিয়া এনে উচ্চমানৰ কমোডৰ মূল্য সাধাৰণতে ১.২৫ লাখৰ পৰা ৪ লাখ টকা পৰ্যন্ত হ’ব পাৰে।

অৱশ্যে এয়া যদি বিশুদ্ধ সোণৰ হয়, তেন্তে ইয়াৰ মূল্য ১০০ কোটিৰো অধিক হোৱাটো স্বাভাৱিক। আচলতে নিজৰ ৰাজকীয় আভিজাত্যৰ বাবেই বিগ বি-য়ে এনে চৌখিন সামগ্ৰী ব্যৱহাৰ কৰা বুলি ধাৰণা কৰা হৈছে। এই সন্দৰ্ভত চাওক এই ভিডিঅ’ প্ৰতিবেদন…