Shah Rukh Khan, Bollywood News: শ্বাহৰুখ খানৰ প্ৰাইভেট জেটখনৰ ভিতৰৰ অংশ দেখিলে আচৰিত হ’ব আপুনি
শ্বাহৰুখে নিজেই তেওঁৰ জীৱনৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰত নিজৰ অট্টালিকাৰ ভিতৰৰ অংশ দেখুৱাইছিল। আৰু এতিয়া এগৰাকী বিমান হষ্টেচে শ্বাহৰুখৰ ব্যক্তিগত জেটখনৰ আভাস দেখুৱালে।
অহা ২ নৱেম্বৰত ৬০ বছৰ সম্পূৰ্ণ হ’ব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ। কিন্তু শ্বাহৰুখক দেখিলে কোনেও বিশ্বাস নকৰিব যে, তেওঁৰ বয়স ৬০ বছৰ। ফিটনেছৰ ক্ষেত্ৰত অধিক গুৰুত্ব দি আহিছে শ্বাহৰুখ খানে । ৰোমাঞ্চৰ ক্ষেত্ৰতো অৱশ্যে তেওঁৰ লগত প্ৰায় কোনেও তুলনা কৰিব নোৱাৰে। পিছে এই প্ৰতিবেদন তেওঁৰ বয়সক লৈ নহয়, এই প্ৰতিবেদন তেওঁ প্ৰাইভেট জেটখনক লৈহে।
ছ’চিয়েল মিডিয়াত বিয়পি পৰা বিভিন্ন ফটোৰ জৰিয়তে শ্বাহৰুখৰ অট্টালিকাৰ ভিতৰভাগ কেনেকুৱা তাৰ আভাস পোৱা যায়। দৰাচলতে বলীউডৰ বহু অভিনেতা অট্টালিকাটোত প্ৰৱেশ কৰাৰ পিছত সংবাদ মাধ্যমে এই সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল। শ্বাহৰুখে নিজেই তেওঁৰ জীৱনৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰত নিজৰ অট্টালিকাৰ ভিতৰৰ অংশ দেখুৱাইছিল। আৰু এতিয়া এগৰাকী বিমান হষ্টেচে শ্বাহৰুখৰ ব্যক্তিগত জেটখনৰ আভাস দেখুৱালে।
Latest Videos
মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পৰা বিহাৰ নিৰ্বাচনৰ বতৰালৈ দিনটোৰ শীৰ্ষ খবৰ
শ্বাহৰুখ খানৰ প্ৰাইভেট জেটখনৰ ভিতৰৰ অংশ দেখিলে আচৰিত হ'ব আপুনি
খাদ্য বাৰে বাৰে গৰম কৰি খোৱা উচিত হয়নে? চাওক বিশেষজ্ঞৰ মত
শীতকালত বৃদ্ধি পাই ব্লাড চুগাৰ,ডায়েবেটিকৰ বাবে চিকিৎসকৰ পৰামৰ্শ..
