শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
‘চাণক্য’ শ্বাহৰ ৭ ‘নীতি’য়ে মুকলি কৰিলে NDA-ৰ বিহাৰ জয়ৰ পথ!

‘চাণক্য’ শ্বাহৰ ৭ ‘নীতি’য়ে মুকলি কৰিলে NDA-ৰ বিহাৰ জয়ৰ পথ!

monjit-dutta
Monjit Dutta | Published: 15 Nov 2025 22:28 PM

এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত অমিত শ্বাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নিৰ্বাচনী প্ৰচাৰতো তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। এতিয়া এন ডি এৰ বিহাৰ জয়ৰ ক্ষেত্ৰত অমিত শ্বাহৰ ৭টা বিশেষ পৰিকল্পনা চৰ্চালৈ আহিছে। পিছে চাণক্য অমিত শ্বাহৰ এই ‘মাষ্টাৰ প্লেন’ কি আছিল?

কালি ঘোষণা কৰা বিহাৰ বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত জয়লাভ কৰি পুনৰবাৰ ৰাজ্যখনৰ ক্ষমতা দখল কৰে এন ডি এই বিহাৰ নিৰ্বাচনত এন ডি এৰ এই বৃহৎ বিজয়ৰ পিছতে বিজেপিৰ চাণক্য খ্যাত অমিত শ্বাহৰ ভূমিকাক লৈ যথেষ্ট আলোচনা দেখা গৈছে এতিয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ দৰেই ২০১৪ চনত কেন্দ্ৰত এন ডি এ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা প্ৰতিটো নিৰ্বাচনতে অমিত শ্বাহৰ ভূমিকা সন্দৰ্ভত ৰাজনৈতিক বিশ্লেষকসকলে বিশ্লেষণ কৰি আহিছে

এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত অমিত শ্বাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল নিৰ্বাচনী প্ৰচাৰতো তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল এতিয়া এন ডি এৰ বিহাৰ জয়ৰ ক্ষেত্ৰত অমিত শ্বাহৰ ৭টা বিশেষ পৰিকল্পনা চৰ্চালৈ আহিছে পিছে চাণক্য অমিত শ্বাহৰ এইমাষ্টাৰ প্লেনকি আছিল?