দুই বন্ধুৱে দেখিছিল আকাশ স্পৰ্শ কৰাৰ স্বপ্ন, আৰু তাৰ পিছতে…
বিমান সেৱাৰ আৰম্ভণিৰ পৰা দেশৰ শীৰ্ষ বিমান সংস্থা হিচাপে পৰিগণিত হোৱাৰ সময়লৈ ইণ্ডিগ’ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সমুখত আছিল জেট এয়াৰৱেজ আৰু কিংফিচাৰ এয়াৰলাইঞ্চৰ দৰে সংস্থাৰ প্ৰতিদ্বন্দিতা। কিন্তু দুই বন্ধুৰ আকাশ স্পৰ্শ কৰাৰ স্বপ্নই ইণ্ডিগ’ৰ সফলতাৰ পথ গঢ়ি তুলিছিল।
শেহতীয়াকৈ এক ডাঙৰ বিপদত পৰিছে দেশৰ অগ্ৰণী বিমান সংস্থা ইণ্ডিগ’। বিমান সংস্থাটোৱে যোৱা প্ৰায় এটা সপ্তাহ ধৰি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত তীব্ৰ সংকটত পৰিছে। ইণ্ডিগ’ৰ এই সংকটৰ ফলত সমগ্ৰ দেশতে বিমান বন্দৰসমূহত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। বিমান সংস্থাটোৰ শ শ বিমান বাতিল হোৱাৰ ফলত সমস্যাত পৰিছে হাজাৰ হাজাৰ যাত্ৰী। এই সংকটৰ পূৰ্বলৈকে পিছে ইণ্ডিগ’ দেশৰ আকাশ পৰিবহণৰ ক্ষেত্ৰখনত একপ্ৰকাৰে অঘোষিত ‘ৰজা’ হিচাপেই খ্যাতি লাভ কৰিছিল। পিছে সেই খ্যাতি ইমান সহজে লাভ কৰা নাছিল সংস্থাটোৱে।
বিমান সেৱাৰ আৰম্ভণিৰ পৰা দেশৰ শীৰ্ষ বিমান সংস্থা হিচাপে পৰিগণিত হোৱাৰ সময়লৈ ইণ্ডিগ’ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সমুখত আছিল জেট এয়াৰৱেজ আৰু কিংফিচাৰ এয়াৰলাইঞ্চৰ দৰে সংস্থাৰ প্ৰতিদ্বন্দিতা। কিন্তু দুই বন্ধুৰ আকাশ স্পৰ্শ কৰাৰ স্বপ্নই ইণ্ডিগ’ৰ সফলতাৰ পথ গঢ়ি তুলিছিল।
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?