শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Indian Railways: ভাৰতীয় ৰে’লৱেৰ যাত্ৰীসকলে AC coach ত থকা এই সুবিধা পাব Sleeper coach টো !

Indian Railways: ভাৰতীয় ৰে’লৱেৰ যাত্ৰীসকলে AC coach ত থকা এই সুবিধা পাব Sleeper coach টো !

Barasha Misra
Barasha Misra | Updated On: 04 Jun 2025 20:40 PM

বৰ্তমান এই ষ্টেচনটোৰ নাম ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ। ৰে’ল সেৱা আৰম্ভ হোৱাৰ প্ৰায় ১৭২ বছৰৰ পাছত ২০২৫ চনত যাত্ৰীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছে ভাৰতীয় ৰে’লৱে।

১৮৫৩ চনৰ ১৬ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ হৈছিল। মুম্বাইৰ থানে আৰু বড়ী বন্দৰ ষ্টেচনৰ মাজত প্ৰথমখন ৰে’ল চলাচল কৰে। এই বড়ী বন্দৰ ষ্টেচনটো ১৮শ আঠাশী চনত ভিক্টোৰিয়া টাৰ্মিনাছ হিচাপে গঢ়ি তোলা হয়। বৰ্তমান এই ষ্টেচনটোৰ নাম ছাত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ। ৰে’ল সেৱা আৰম্ভ হোৱাৰ প্ৰায় ১৭২ বছৰৰ পাছত ২০২৫ চনত যাত্ৰীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছে ভাৰতীয় ৰে’লৱে।

এই সুবিধা এচি কোচত কেইবাবছৰ ধৰি উপলব্ধ হৈ আছে । এতিয়া শ্লীপাৰ কোচত যাত্ৰা কৰা যাত্ৰীসকলেও সেই সুবিধা লাভ কৰিব। ভাৰতত জনসাধাৰণে এটা স্থানৰ পৰা আন এটা স্থানলৈ যাত্ৰা কৰিবলৈ শ্লীপাৰ কোচৰ বেছি ব্যৱহাৰ কৰে। যদি এই সুবিধা শ্লীপাৰটো উপলব্ধ হয়, তেন্তে ভাৰতে সফলতাৰ দিশত আৰু এখোজ আগবাঢ়িব।