শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Indian Navy: জলপথত বৃদ্ধি  চীনৰ চোৰাংচোৱাগিৰি! নৌসেনাক নজৰ ৰখাৰ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Indian Navy: জলপথত বৃদ্ধি চীনৰ চোৰাংচোৱাগিৰি! নৌসেনাক নজৰ ৰখাৰ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Manas Borah
Manas Borah | Published: 19 May 2025 22:55 PM

ভাৰতৰ বাবে আন এক চিন্তাৰ কাৰণ হৈ পৰিছে চীন । খবৰ অনুসৰি দেশখনৰ পূব সীমান্তত চীনৰ আগ্ৰাসন আৰম্ভ হৈছে। পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে চীনৰ বিভিন্ন সন্দেহজনক কাম-কাজ । যাৰ বাবে এতিয়া অধিক সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সামৰিক বাহিনীৰ তিনিওটা শাখাৰ শক্তি বিশ্বই অনুমান কৰিছে । শেহতীয়া যুদ্ধ উত্তেজনাৰ পৰিপ্ৰেক্ষিত ভাৰতীয় বায়ুসেনা আৰু সেনাবাহিনীৰ লগতে ভাৰতীয় নৌসেনাও আৰব সাগৰত সম্পূৰ্ণ শক্তিৰে সাজু আছিল। আপেক্ষাত আছিল মাথোঁ এটা গ্ৰীণ চিগনেলৰ। কিন্তু নৌসেনাৰ প্ৰয়োজন আৰু নাহিল। ভাৰতীয় বায়ু সেনাই উচিত শিক্ষা দিলে পাকিস্তানক ।

কিন্তু ইয়াৰ মাজতে ভাৰতৰ বাবে আন এক চিন্তাৰ কাৰণ হৈ পৰিছে চীন । খবৰ অনুসৰি দেশখনৰ পূব সীমান্তত চীনৰ আগ্ৰাসন আৰম্ভ হৈছে। পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে চীনৰ বিভিন্ন সন্দেহজনক কাম-কাজ । যাৰ বাবে এতিয়া অধিক সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।