শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Indian Army News Updates: সীমান্তত কিদৰে শত্ৰুক প্ৰতিহত কৰে ভাৰতৰ এই অস্ত্ৰই?

Indian Army News Updates: সীমান্তত কিদৰে শত্ৰুক প্ৰতিহত কৰে ভাৰতৰ এই অস্ত্ৰই?

manas-borah
Manas Borah | Published: 21 May 2025 19:44 PM

যুদ্ধ বিৰতিৰ পাছত বৰ্তমান দুয়োখন দেশৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । কিন্তু এতিয়াও LoC ত সম্ভাৱ্য সকলো বিপদৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে ভাৰতীয় সেনা । শত্ৰুৰ আক্ৰমণৰ প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ সাজু কৰি ৰখা হৈছে ভাৰতীয় সেনাৰ বিশেষ অস্ত্ৰ । চাওক LoC ৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰা অপাৰচেন সেন্দূৰৰ পাছতে ভাৰতীয় সেনা বাহিনীৰ দক্ষতা আৰু শক্তি সমগ্ৰ বিশ্বই অনুভৱ কৰিছে । পাকিস্তানে বহুবাৰ আক্ৰমণৰ চেষ্টা কৰিও সফল হ’ব নোৱাৰিলে । ভাৰতীয় স্থল সেনাৰ লগতে বায়ু সেনাই বিফল কৰে পাকিস্তানৰ সকলো প্ৰচেষ্টা । ইফালে আৱৰ সাগৰত সম্পূৰ্ণৰূপে সাজু আছিল নৌ সেনা । এই ক্ষেত্ৰত ভাৰতীয় নিজাৰ প্ৰযুক্তি তথা সামৰিত প্ৰতিৰক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি কোৱা হৈছে । যুদ্ধ বিৰতিৰ পাছত বৰ্তমান দুয়োখন দেশৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । কিন্তু এতিয়াও LoC ত সম্ভাৱ্য সকলো বিপদৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে ভাৰতীয় সেনা । শত্ৰুৰ আক্ৰমণৰ প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ সাজু কৰি ৰখা হৈছে ভাৰতীয় সেনাৰ বিশেষ অস্ত্ৰ । চাওক LoC ৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন ।