শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
উত্তৰ গুৱাহাটীত জ্বলিল দশাননৰ সুউচ্চ প্ৰতীকী

উত্তৰ গুৱাহাটীত জ্বলিল দশাননৰ সুউচ্চ প্ৰতীকী

Barasha Misra
Barasha Misra | Published: 03 Oct 2025 14:40 PM

আনহাতে লেঙা আঞ্চলিক দূৰ্গা পূজা উদযাপন সমিতিয়েও প্ৰায় ৫০ ফুট উচ্চতাৰ ৰাৱণ দাহ কাৰ্যসূচী সমাপন কৰে ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ দুটাকৈ স্থানত বিজয়া দশমীৰ দিনটোত অনুষ্ঠিত কৰা হয় ৰাৱণ দাহ কাৰ্যসূচী। উত্তৰ গুৱাহাটী মধ্যমখণ্ডৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত কৰা সাৰ্বজনীন দূৰ্গা পূজা সমিতিৰ ৰাৱণটোৰ উচ্চতা প্ৰায় ৯০ ফুট । আনহাতে লেঙা আঞ্চলিক দূৰ্গা পূজা উদযাপন সমিতিয়েও প্ৰায় ৫০ ফুট উচ্চতাৰ ৰাৱণ দাহ কাৰ্যসূচী সমাপন কৰে ।