সীমান্তত ‘অবৈধ বাংকাৰ’ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ বাধ্য হ’ল বাংলাদেশৰ সীমান্তৰক্ষী…
ভাৰত-বাংলাদেশৰ সীমান্তত আকৌ অবৈধভাৱে বাংকাৰ নিৰ্মাণ বাংলাদেশ সীমান্তৰক্ষীৰ, চমুকৈ বিজিবিৰ । সূত্ৰৰ মতে, কিষানগঞ্জ ছেক্টৰৰ শিলিগুৰি ঠাকুৰগাঁও অঞ্চলৰ কুলিক নদীৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমাৰ ১৫০ গজৰ ভিতৰত বাংলাদেশ সীমান্তৰক্ষীয়ে নিৰ্মাণ কৰিলে এই বাংকাৰ ।
ভাৰত-বাংলাদেশৰ সীমান্তত আকৌ অবৈধভাৱে বাংকাৰ নিৰ্মাণ বাংলাদেশ সীমান্তৰক্ষীৰ, চমুকৈ বিজিবিৰ । সূত্ৰৰ মতে, কিষানগঞ্জ ছেক্টৰৰ শিলিগুৰি ঠাকুৰগাঁও অঞ্চলৰ কুলিক নদীৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমাৰ ১৫০ গজৰ ভিতৰত বাংলাদেশ সীমান্তৰক্ষীয়ে নিৰ্মাণ কৰিলে এই বাংকাৰ । বিএছএফৰ সূত্ৰ মতে, বিজিবিৰ ৪২ নং বেটেলিয়নে নিৰ্মাণ কৰিছিল এই অবৈধ বাংকাৰ । অৱশ্যে বিএছএফৰ সকীয়নিৰ পাছতে বাংলাদেশৰ বিজিবিয়ে বন্ধ কৰে এই অবৈধ বাংকাৰ নিৰ্মাণ কাৰ্য। লগতে পৰৱৰ্তী সময়ত এইধৰণৰ অবৈধ নিৰ্মাণৰ কাৰ্য নকৰিবলৈ বাংলাদেশৰ বিজিবিক সকীয়াই দিছে বিএছএফৰ জোৱানসকলে ।
Latest Videos
জুবিনৰ হত্যাৰ গোচৰত অভিযুক্ত দোষী সাব্যস্ত হ'লে শাস্তি কি হ'ব ?
স্বামীৰ হৈ আইনী যুঁজৰ সহায় বিচাৰি অসম উকীল সন্থাৰ কাষ চাপিল অনিতা
অৰুণাচলৰ পথ দুৰ্ঘটনাৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ টি-২০ মেচলৈ শীৰ্ষ খবৰ
ICICI বেংক, ভোডাফোনক কঠোৰ শাস্তি! কিয় বিহিলে জৰিমনা?
