শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
গৰুৱে আপোনাৰ বাহন ভাঙিলে পাব ক্ষতিপূৰণ! কিন্তু কেনেকৈ?

গৰুৱে আপোনাৰ বাহন ভাঙিলে পাব ক্ষতিপূৰণ! কিন্তু কেনেকৈ?

Trishna Kalita
Trishna Kalita | Published: 05 May 2025 22:11 PM

আপুনি কেতিয়াবা ভাবিছেনে, যদি আপোনাৰ একমাত্ৰ উপাৰ্জনৰ উৎস বা মৰমৰ বাহনখন এই গৰু-ম’হৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় তেন্তে কি হ’ব? বীমা কোম্পানীয়ে ইয়াৰ ক্ষতিপূৰণ দিবনে?

প্ৰায়ে গাঁৱৰ পথত বাহন চলোৱাৰ সময়ত গৰুৰ বাবেই অতি সাৱধান হ’বলগীয়া হয়। বহু সময়ত বাহনৰ আগত গৰু-ম’হ অহাৰ ফলত সৰু-ডাঙৰ দুৰ্ঘটনাও সংঘটিত। চহৰৰ ৰাজপথত এই সমস্যা নহয় যদিও সমগ্ৰ দেশৰে গাঁওসমূহত ৰাস্তাৰ মাজত গৰু ঘূৰি ফুৰাটো অতি সাধাৰণ কথা। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, যদি আপোনাৰ একমাত্ৰ উপাৰ্জনৰ উৎস বা মৰমৰ বাহনখন এই গৰু-ম’হৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় তেন্তে কি হ’ব? বীমা কোম্পানীয়ে ইয়াৰ ক্ষতিপূৰণ দিবনে?