শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নতুন বৰ্ষত কিয় পৰিৱৰ্তন কৰিলে  'ধুৰন্ধৰ'ৰ সংলাপ?

নতুন বৰ্ষত কিয় পৰিৱৰ্তন কৰিলে ‘ধুৰন্ধৰ’ৰ সংলাপ?

barasha-misra
Barasha Misra | Published: 02 Jan 2026 21:41 PM

মুক্তিৰ মাত্ৰ ২৭ দিনতে বিশ্বজুৰি ১১.২৮ কোটি টকা উপাৰ্জন কৰি বক্স অফিচৰ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে ‘ধুৰন্ধৰ’। এই সফলতাৰ মাজতে মন্ত্ৰালয়ে নিৰ্মাতাসকলক ছবিখনৰ কিছু অংশ ‘ম্যুট’ কৰি সংলাপ সলনি কৰিবলৈ নিৰ্দেশ দিছে। জানিব পৰা মতে, বাদ পৰা এটা শব্দ হৈছে ‘বালুচ’।

ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’ৰ মুক্তি সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (আই এণ্ড বি মন্ত্ৰালয়) ডাঙৰ গাইডলাইন জাৰি কৰিছে। মন্ত্ৰালয়ৰ নিৰ্দেশ অনুযায়ী ছবিখনত কেইবাটাও সংলাপ আৰু শব্দৰ পৰিৱৰ্তন কৰা হৈছে। নতুন বছৰৰ প্ৰথম দিন অৰ্থাৎ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে মুক্তি পায় ছবিখনৰ এই সংশোধিত সংস্কৰণ।

মুক্তিৰ মাত্ৰ ২৭ দিনতে বিশ্বজুৰি ১১২৮ কোটি টকা উপাৰ্জন কৰি বক্স অফিচৰ ইতিহাস ৰচিবলৈ সক্ষম হৈছে ‘ধুৰন্ধৰ’এ। এই সফলতাৰ মাজতে মন্ত্ৰালয়ে নিৰ্মাতাসকলক ছবিখনৰ কিছু অংশ ‘ম্যুট’ কৰি সংলাপ সলনি কৰিবলৈ নিৰ্দেশ দিছে। জানিব পৰা মতে, বাদ পৰা এটা শব্দ হৈছে ‘বালুচ’।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’….