ইউটিউবৰ পৰা মাহে কিমান টকা উপাৰ্জন কৰিব পাৰি?
YouTube Earn: আজিকালি বহুতে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' বনায়। ইয়াক একাংশই টকা উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। পিছে প্ৰশ্ন হয়, ইউটিউবৰ পৰা কেতিয়া আৰু কিমান টকা লাভ কৰা যায়?
প্ৰায় সকলোৱে ইউটিউবৰ বিষয়ে জানে। এই সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ’ পোৱা যায়। প্ৰতিদিনে লাখ লাখ ভিডিঅ’ ইউটিউবত আপলোড হয়। এনে অৱস্থাত বহুতে এই সামাজিক মাধ্যমটোত টকা ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। বহুতে চাকৰি এৰি ইউটিউবত ভিডিঅ’ বনাই আৰু মাহে মাহে ভাল আয় অৰ্জন কৰে। পিছে প্ৰশ্ন হয়, ইউটিউবৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি?
যদি ইউটিউবত ১ মিলিয়ন চাবস্ক্ৰাইবাৰ হয় তেন্তে গোল্ডেন প্লে বটন পোৱা যায়। কিন্তু গোল্ডেন প্লে বটনৰ ওপৰত ভিত্তি কৰি নহয়, ভিউজৰ ওপৰত ভিত্তি কৰিহে ইউটিউবে টকা দিয়ে। মানুহে ভাল ভিউজৰ ভিত্তিত মাহত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে। বছৰত প্ৰায় ৩৯ কোটি উপাৰ্জন কৰিব পাৰে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
