অৱসৰৰ পাছত ভাল ৰিটাৰ্ণ বিচাৰে নেকি? কেনেকৈ কৰিব ধন জমা…
Share Market: আপুনিও ষ্টক মাৰ্কেটত টকা বিনিয়োগ কৰাৰ বাবে ভয় কৰে নেকি? যদি কৰে সেয়া ঠিক নহয়। কিয়নো সঠিক ঠাইত টকা বিনিয়োগ কৰিলে লোকচান নহয়।
ভাল ভৱিষ্যতৰ বাবে সকলোৱে ধন জমা কৰে। কিন্তু আজি ধন জমা কৰিলে পাছলৈ ভাল ৰিটাৰ্ণ নাপাব পাৰে। ভাল ৰিটাৰ্ণৰ বাবে টকা বিনিয়োগ কৰা দৰকাৰ। বহুতে ষ্টক মাৰ্কেটত টকা বিনিয়োগ কৰাৰ বাবে ভয় কৰে। কিয়নো বহু সময়ত কিছুমানে ষ্টক মাৰ্কেটত লাখ লাখ টকা হেৰুয়ায়। যদি আপুনিও এনেকৈ ভাবি টকা বিনিয়োগ কৰা নাই তেন্তে এয়া ভুল।
বৰ্তমান মুদ্ৰাস্ফীতিৰ সময়। ভাল ৰিটাৰ্ণৰ বাবে সেয়ে বিনিয়োগ কৰা দৰকাৰ। অৱশ্যে ক’ত, কেনেকৈ বিনিয়োগ কৰিব তাৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। যদি আপুনি ২০ বছৰত ২ কোটি টকা জমা কৰে তেন্তে ই পাছত অধিক হৈ পৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
সবিশেষ জানিবলৈ চাওক এই ভিডিঅ’…
Latest Videos
দুৰ্ঘটনাগ্ৰস্ত ‘খিলাড়ী’ৰ বাহন, অটোৰ খুন্দাত বাগৰিল মাৰ্চিডিজ
অৱসৰৰ পাছত ভাল ৰিটাৰ্ণ বিচাৰে নেকি? কেনেকৈ কৰিব ধন জমা...
ভাৰত মোৰ প্ৰেৰণা, মোৰ শিক্ষাগুৰু আৰু মোৰ ঘৰ: এ আৰ ৰহমান
কোকৰাঝাৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ
