শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কিদৰে ‘মৃত্যুশয্যা’ ভেদি ৰাজপথত গুমগুমনি তুলিছে ৰয়েল এনফিল্ডে!

কিদৰে ‘মৃত্যুশয্যা’ ভেদি ৰাজপথত গুমগুমনি তুলিছে ৰয়েল এনফিল্ডে!

monjit-dutta
Monjit Dutta | Published: 10 Oct 2025 22:10 PM

বৰ্তমান ৰাজপথত সফলতাৰে গুমগুমনি তুলি থকা ৰয়েল এনফিল্ড এটা সময়ত তীব্ৰ সংকটৰ সন্মুখীন হৈছিল। কেৱল ইমানেই নহয়, কোম্পানীটো আনকি বন্ধ হৈ পৰাৰো উপক্ৰম হৈছিল। কিন্তু কেতিয়া আৰু কিয় এই জনপ্ৰিয় কোম্পানীটো বন্ধ কৰাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ’বলগা হৈছিল?

সাম্প্ৰতিক সময়ত ৰয়েল এনফিল্ডৰ বাইকৰ জনপ্ৰিয়তাৰ কথা পুনৰাই নকলেও ব। এই কোম্পানীটোৰ বাইকসমূহে যুৱকযুৱতীসকলৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰি আহিছে এই জনপ্ৰিয়তা প্ৰমাণিত হয় বিগত বৰ্ষত বিক্ৰী হোৱা ৰয়েল এনফিল্ডৰ বাইকৰ সংখ্যাৰ দ্বাৰাই বিগত ২০২৪ চনত কোম্পানীটোৰ ,৫৭,৩৭৮ ইউনিট বাইক বিক্ৰী হৈছিল। অৱশ্যে বৰ্তমান ৰাজপথত সফলতাৰে গুমগুমনি তুলি থকা ৰয়েল এনফিল্ড এটা সময়ত তীব্ৰ সংকটৰ সন্মুখীন হৈছিল

কেৱল ইমানেই নহয়, কোম্পানীটো আনকি বন্ধ হৈ পৰাৰো উপক্ৰম হৈছিল কিন্তু তাৰ পিছতে লোৱা সময়োপযোগী তথা সাহসী সিদ্ধান্তই পুনৰুজ্জীৱিত কৰি তোলে ৰয়েল এনফিল্ডক কিন্তু কেতিয়া আৰু কিয় এই জনপ্ৰিয় কোম্পানীটো বন্ধ কৰাৰ দৰে পৰিস্থিতিৰ সন্মুখীন বলগা হৈছিল?