India Pakistan Tensions: ভাৰতৰ বিৰুদ্ধে ব্যৰ্থ আক্ৰমণৰ প্ৰচেষ্টাত কিমান টকা হেৰুৱালে পাকিস্তানে?

May 11, 2025 | 7:56 PM

পাকিস্তানে ভাৰতত সামৰিক আক্ৰমণৰ চেষ্টা চলায় । একে সময়তে পাকিস্তানৰ সেই প্ৰচেষ্টা বিফল কৰাত সফল হয় ভাৰত । প্ৰশ্ন হয় ভাৰতৰ ওপৰত সামৰিক আক্ৰমণৰ চেষ্টা কৰাৰ ফলত পাকিস্তানে কিমান টকা ব্যয় কৰিবলগীয়া হ’ল?

ভাৰত-পাকিস্তানে যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাৰ পাছতে হ্ৰাস পাইছে সামৰিক উত্তেজনা । পহলগাম আক্ৰমণৰ পাছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিছিল অপাৰেচন সেন্দূৰ । এই অপাৰেচনৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰত থকা কেইটাবাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে ভাৰতে ।

কিন্তু পাকিস্তানে ইয়াৰ পাছতে ভাৰতত সামৰিক আক্ৰমণৰ চেষ্টা চলায় । একে সময়তে পাকিস্তানৰ সেই প্ৰচেষ্টা বিফল কৰাত সফল হয় ভাৰত । প্ৰশ্ন হয় ভাৰতৰ ওপৰত সামৰিক আক্ৰমণৰ চেষ্টা কৰাৰ ফলত পাকিস্তানে কিমান টকা ব্যয় কৰিবলগীয়া হ’ল?