এই ১০টা ডিগ্ৰীৰ হ্ৰাস পাইছে গুৰুত্ব, গৱেষণাত পোহৰলৈ গুৰুত্বপূৰ্ণ তথ্য
হাৰ্ভাৰ্ডৰ এই গৱেষণাত বিশ্বজুৰি এতিয়া মূল্য হ্ৰাস পোৱা ১০টাকৈ বিষয়ৰ ডিগ্ৰী সম্পৰ্কে আঙুলিয়াই দিয়া হৈছে। এই বিষয়সমূহৰ লগতে শৈক্ষিক গুৰুত্বৰ লগতে চাকৰিৰ বজাৰতো সুযোগ ক্ৰমান্বয়ে কৰি অহা পৰিলক্ষিত হৈছে। সেয়ে হাৰ্ভাৰ্ডৰ এই গৱেষণাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে।
সময়ৰ অগ্ৰগতিৰ সমান্তৰালকৈ নতুন প্ৰযুক্তি তথা পদ্ধতিৰে আগবাঢ়িছে সমগ্ৰ বিশ্ব। ইয়াৰ লগে লগে শিক্ষাৰ পৰিসৰতো পৰিৱৰ্তন সাধন হৈছে। শিক্ষা ব্যৱস্থাত এতিয়া সমগ্ৰ বিশ্বজৰি আমূল পৰিৱৰ্তন ঘটিছে। বিশ্বৰ আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান হাৰ্ভাৰ্ডৰ এক গৱেষণাই এইক্ষেত্ৰত চিন্তাৰ উদ্ৰেক ঘটাইছে। নতুন সময়ৰ নতুন বিশ্বত এতিয়া কেইটামান বিশেষ ডিগ্ৰীৰ গুৰুত্ব ক্ৰমাৎ হ্ৰাস পাইছে বুলি এই গৱেষণাত প্ৰকাশ পাইছে। এনে পৰিস্থিতিত পৰৱৰ্তিত সময়ৰ সৈতে খাপ খাব পৰাকৈ বিষয় তথা পাঠ্যক্ৰম নিৰ্বাচনত বিশেষ গুৰুত্ব আৰোপ কৰিব লগা হৈছে।