Smart Meter News: স্মাৰ্ট মিটাৰ স্থাপনৰ ক্ষেত্ৰত ৰাজ্যসমূহক সময়সীমা বান্ধি দিলে কেন্দ্ৰই…
স্থাপন কৰিব লাগিব স্মাৰ্ট মিটাৰ ! সময়সীমা বান্ধি দিছে কেন্দ্ৰই । বহু লোকে অভিযোগ উত্থাপন কৰিছিল যে, স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি আহে । সাধাৰণ মিটাৰতকৈ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি অহাৰ অভিযোগ উত্থাপন কৰি বহু লোকে স্মাৰ্ট মিটাৰ স্থাপন কৰা নাছিল ।
আপুনি স্মাৰ্ট মিটাৰ স্থাপন কৰিলেনে ? যদি কৰা নাই তেন্তে স্থাপন কৰিব লাগিব স্মাৰ্ট মিটাৰ ! সময়সীমা বান্ধি দিছে কেন্দ্ৰই । বহু লোকে অভিযোগ উত্থাপন কৰিছিল যে, স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি আহে । সাধাৰণ মিটাৰতকৈ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি অহাৰ অভিযোগ উত্থাপন কৰি বহু লোকে স্মাৰ্ট মিটাৰ স্থাপন কৰা নাছিল ।
স্মাৰ্ট মিটাৰক লৈ বিৰোধীয়েও চৰকাৰক সমালোচনা কৰা দেখা গৈছিল । কিছুমান ৰাজ্যত প্ৰাৰম্ভিক পৰীক্ষণৰ বাবে স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে । একেদৰে চৰকাৰী প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে স্মাৰ্ট মিটাৰ । কোৱা হৈছে যে, প্ৰিপেইড স্মাৰ্ট মিটাৰে সময়মতে বিদ্যুতৰ বিল পৰিশোধ কৰাত সহায় কৰিব ।
Latest Videos

বিদ্যালয়ৰ সময়সূচী সলনিৰ পৰা কৰ'না আক্ৰান্তৰ সংখ্য়া বৃদ্ধিলৈ দিনটো

সাজু হৈছে চৰকাৰ, জগন্নাথ মন্দিৰৰ সমীপত আৰু দেখা নাপাব এনে দৃশ্য

অশ্লীল ভিডিঅ' চোৱা বা প্ৰস্তুত কৰাৰ বাবে কি শাস্তি হ'ব পাৰে?

স্থানীয় ৰে’লতো স্থাপন হ’ব স্বয়ংক্ৰিয় দুৱাৰ: ভাৰতীয় ৰেল'ৱে
