শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Gold Price:  লক্ষ্মী পূজাৰ দিনা সোণৰ দামত বৃহৎ পৰিৱৰ্তন! ৰূপৰ দৰ জানিলে আচৰিত হ'ব...

Gold Price: লক্ষ্মী পূজাৰ দিনা সোণৰ দামত বৃহৎ পৰিৱৰ্তন! ৰূপৰ দৰ জানিলে আচৰিত হ’ব…

trishna-kalita
Trishna Kalita | Published: 06 Oct 2025 18:43 PM

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি ৬ অক্টোবৰত গুৱাহাটীত ২৪ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১২ হাজাৰ ৭৭ টকা। আজি ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ২০ হাজাৰ ৭৭০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১২ লাখ ৭ হাজাৰ ৭০০ টকা।

লক্ষ্মী পূজাৰ দিনটোতো সোণৰ বজাৰত দাম বৃদ্ধিৰ জুই। এদিনতে প্ৰায় ১৩ হাজাৰ টকা বৃদ্ধি পালে সোণৰ মূল্য। বৃদ্ধি পালে ৰূপৰ দামো। আজি ৬ অক্টোবৰত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে সোণৰ মূল্য। ইয়াৰ উপৰিও আহি আছে বিয়াৰ বতৰ। সোণ কিনাৰ পৰিকল্পনা কৰাসকলৰ বাবে এয়া এক চিন্তাৰ খবৰ। গুৱাহাটীত আজি সোণ-ৰূপৰ দাম কিমান জানো আহক…

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি ৬ অক্টোবৰত গুৱাহাটীত ২৪ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১২ হাজাৰ ৭৭ টকা। আজি ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ২০ হাজাৰ ৭৭০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১২ লাখ ৭ হাজাৰ ৭০০ টকা। গুৱাহাটীত আজি ২২ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১১ হাজাৰ ৭০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ১০ হাজাৰ ৭০০ টকা।  ১০০ গ্ৰাম সোণৰ মূল্য ১১ লাখ ৭ হাজাৰ টকা।