বিয়াৰ বতৰত চিন্তা কমিল মধ্যবিত্তৰ, হ্ৰাস পালে সোণৰ দাম
শনিবাৰৰ দিনটো সোণৰ দাম কিছু হ্ৰাস পোৱা দেখা গৈছিল। যদি আপুনি আপোনাৰ আপোনজনৰ বাবে বা নিজৰ বাবে সোণ বা ৰূপৰ গহনা কিনিব বিচাৰে, ইয়াৰ দাম কিমান জানোঁ আহক।
আঘোণ মানেই বিয়াৰ বতৰ। এই শুভ ক্ষণত বহুতে আপোনজনক উপহাৰ হিচাপে সোণ বা ৰূপৰ সামগ্ৰী দি ভাল পায়। বিয়াৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে মধ্যবিত্ত শ্ৰেণীয়ে কিছু সকাহ পাব পাৰে। দেখা গৈছে যে, সামান্য হ্ৰাস পাইছে সোণৰ দাম। ইফালে বাঢ়িছে ৰূপৰ দাম। আজি দেওবাৰৰ দিনটোত সোণ-ৰূপৰ দামত কোনো পৰিৱৰ্তন হোৱা নাই যদিও শনিবাৰৰ দিনটো সোণৰ দাম কিছু হ্ৰাস পোৱা দেখা গৈছিল। যদি আপুনি আপোনাৰ আপোনজনৰ বাবে বা নিজৰ বাবে সোণ বা ৰূপৰ গহনা কিনিব বিচাৰে, ইয়াৰ দাম কিমান জানোঁ আহক।
Latest Videos
