শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Gold Price News: সোণ কিনাৰ বাবে দেওবাৰৰ দিনটো আটাইতকৈ ভাল! চাওক আজি দাম কিমান?

Gold Price News: সোণ কিনাৰ বাবে দেওবাৰৰ দিনটো আটাইতকৈ ভাল! চাওক আজি দাম কিমান?

Manas Borah
Manas Borah | Published: 31 Aug 2025 18:18 PM

আজি বন্ধৰ দিনটোত অপৰিৱৰ্তিত হৈ আছে সোণৰ মূল্য। যদি আপুনি গহনা কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আজি দিনটোত সোণ-ৰূপৰ দাম কিমান জানি লওক।

সোণৰ গহনাই কেৱল নাৰীৰ সৌন্দৰ্য্য বৃদ্ধি কৰাই নহয়, ভৱিষ্যতৰ বাবেও এক বিনিয়োগ। যাৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পায়। বিগত এবছৰত সোণৰ মূল্য প্ৰায় ৪৫ শতাংশ বৃদ্ধি পাইছে। বাঢ়িছে ৰূপৰ দামও। অৱশ্যে আজি বন্ধৰ দিনটোত অপৰিৱৰ্তিত হৈ আছে সোণৰ মূল্য। যদি আপুনি গহনা কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আজি দিনটোত সোণ-ৰূপৰ দাম কিমান জানি লওক।