শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Gold Price: উৎসৱৰ বতৰত বেয়া খবৰ! গুৱাহাটীৰ বজাৰত আকৌ বাঢ়িল সোণৰ দাম...

Gold Price: উৎসৱৰ বতৰত বেয়া খবৰ! গুৱাহাটীৰ বজাৰত আকৌ বাঢ়িল সোণৰ দাম…

Trishna Kalita
Trishna Kalita | Published: 27 Aug 2025 21:40 PM

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ১,০২,৪৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৩,৯০০ টকা। একেদৰে দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০২,৫৯০ টকা।

আজি গণেশ চতুৰ্থী। দেশজুৰি বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে। ইফালে দুৰ্গা পূজালৈ মাজত আছে মাত্ৰ এমাহ। বহু ঠাই ইতিমধ্যে পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে। কিছুদিনৰ পিছতে সকলোৱে কৰিব পূজাৰ বজাৰ । বহুতে পূজাৰ বাবে নতুন কাপোৰ আৰু গহনা কিনে। যদি আপুনি দুৰ্গা পূজাৰ বাবে সোণৰ গহনা কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ খৰচ বহুত বাঢ়িব। কাৰণ বৰ্তমান সময়ত দ্ৰুত গতিত বাঢ়িছে সোণৰ দাম একে সময়তে বহুত বাঢ়িছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ১,০২,৪৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৩,৯০০ টকা। একেদৰে দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০২,৫৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৪,০৫০ । গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপৰ দাম কিমান? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন।