প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ পৰা মানচেষ্টাৰ টেষ্টলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ
আজি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা উল্লেখ কৰে। এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙাত অতি শেহতীয়াকৈ চৰাইৰ ওপৰত গুৰুত্ব দিয়া বিষয়ক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।
মন কী বাতৰ জৰিয়তে আজি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন কী বাতৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা উল্লেখ কৰে। এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙাত অতি শেহতীয়াকৈ চৰাইৰ ওপৰত গুৰুত্ব দিয়া বিষয়ক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।
গুৱাহাটীৰ মাজ মজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিনেত্ৰীৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুৱাবলগা হ’ল এজন শ্ৰমিকে। অতি শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘ৰূদ্ৰ’ত অভিনয় কৰা নন্দিনী কাশ্যপে চলাইছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। তীব্ৰবেগী বাহনে মহতিয়াই লৈ যায় চামিউল নামৰ যুৱকজনক। ঘটনা সংঘটিত কৰি অভিনেত্ৰীগৰাকীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে।
চাওঁ আহক দিনটোৰ আন কেতবোৰ চৰ্চিত খবৰ…
Latest Videos
জালিয়াতি ৰোধ কৰাৰ বাবে আধাৰৰ বায়মেট্ৰিক লক কেনেকৈ কৰিব?
শ্বাহেনশ্বাহৰ ‘স্বৰ্ণ কমোডে’ লগাইছে তোলপাৰ, দাম শুনিলে হ’ব আচৰিত
কোকৰাঝাৰৰ পৰিস্থিতিৰ পৰা ভাৰত-নিউজীলেণ্ড টি-২০লৈ, দিনটোৰ খবৰ...
আইনৰ ওপৰত আস্থা ৰাখকঃ কোকৰাঝাৰৰ ঘটনাক লৈ IGP অখিলেশ সিঙৰ আহ্বান
