Assam Assembly News Updates: এদিনীয়া বিশেষ অধিবেশনত বিদেশী বিতাৰণৰ সপক্ষে-বিপক্ষে বাকযুদ্ধ
এজন এজনকৈ অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । ইয়াৰ বাবে গ্ৰহণ কৰিব ডাঙৰ পদক্ষেপ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে, ১৯৫০ চনৰ ইমিগ্ৰেণ্টছ এক্টৰ অধীনত অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়ন কৰিব ৰাজ্য চৰকাৰে ।
বিদেশীমুক্ত হ’ব অসম ! এজন এজনকৈ অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । ইয়াৰ বাবে গ্ৰহণ কৰিব ডাঙৰ পদক্ষেপ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে, ১৯৫০ চনৰ ইমিগ্ৰেণ্টছ এক্টৰ অধীনত অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়ন কৰিব ৰাজ্য চৰকাৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে,এই আইনখনে জিলা উপায়ুক্তসকলক কোনো নথি-পত্ৰ নোহোৱা ব্যক্তিক অবৈধ অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষমতা প্ৰদান কৰে। সোমবাৰে অসম বিধানসভাত বিশেষ এদিনীয়া অধিবেশন অনুষ্ঠিত হৈছিল । এই সময়ত দিয়া ভাষণৰ মাজতে বিদেশী বিতাড়ন প্ৰসংগত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।
Latest Videos

জীৱনত সন্মান আৰু সফলতা লাভ কৰিবলৈ এই ঠাইত কেতিয়াও ভৰি নিদিব !

৩ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা, তেওঁলোক কোন জানেনে?

সন্দিপন গাৰ্গৰ গ্ৰেপ্তাৰৰ পৰা জনজাতিকৰণৰ প্ৰতিবাদলৈ দিনটোৰ খবৰ

মুখ দেখুৱাই লওক ধন! শীঘ্ৰেই UPIত দেখা যাব অত্যাধুনিক প্ৰযুক্তি
