মাত্ৰ ২০০ টকাৰ পৰা আপোনাৰ হাতলৈ আহিব ২৫ লাখ টকা! পিছে কিদৰে?
ক্ষুদ্ৰ ব্যৱসায়ী বা ফ্ৰীলাঞ্চাৰসকলৰ বাবে ই এক সোণালী সুযোগ। অৱশ্যে, বজাৰৰ বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞৰ পৰামৰ্শ লৈহে বিনিয়োগ কৰা উচিত।
ধনী হ’বলৈ লাখ লাখ টকাৰ নহয়, প্ৰয়োজন কেৱল সঠিক পৰিকল্পনা আৰু অনুশাসনৰ। দৈনিক মাত্ৰ ২০০ টকা সঞ্চয় কৰি আপুনি কেনেকৈ ২৬ লাখ টকাৰ গৰাকী হ’ব পাৰে, তাৰ সহজ উপায় হ’ল মিউচুৱেল ফাণ্ডৰ ‘ডেইলি এছআইপি’ (Daily SIP)। দিনটোত ২০০ টকাকৈ মাহে ৬,০০০ টকা যদি আপুনি একেৰাহে ১৪ বছৰ বিনিয়োগ কৰে আৰু বাৰ্ষিক ১২% ৰিটাৰ্ণ পায়, তেন্তে আপোনাৰ ১০.০৮ লাখ টকাৰ বিনিয়োগ বৃদ্ধি পাই প্ৰায় ২৬.১৮ লাখ টকা হ’ব।
ইয়াত ‘ৰূপী ক’ষ্ট এভাৰেজিং’ আৰু ‘কম্পাউণ্ডিঙৰ শক্তিয়ে’ সৰু সঞ্চয়ক বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰে। ক্ষুদ্ৰ ব্যৱসায়ী বা ফ্ৰীলাঞ্চাৰসকলৰ বাবে ই এক সোণালী সুযোগ। অৱশ্যে, বজাৰৰ বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞৰ পৰামৰ্শ লৈহে বিনিয়োগ কৰা উচিত।
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
