শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Fake Gold: সোণৰ নাও লৈ গৈ থাকোতেই গ্ৰেপ্তাৰ দুজনক

Fake Gold: সোণৰ নাও লৈ গৈ থাকোতেই গ্ৰেপ্তাৰ দুজনক

barasha-misra
Barasha Misra | Published: 30 Oct 2025 14:43 PM

সৰবৰাহকাৰী দুটাৰ কৱলৰ পৰা এখন নকল সোণৰ নাওঁৰ উপৰিও দুটা মোবাইল ফোন আৰু AS31B 8981 নম্বৰৰ বাইক জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰা নকল সোণৰ নাওঁখনৰ ওজন 1.6 কিলোগ্ৰাম।

হোজাইৰ মোৰাঝাৰৰ আমবাৰীত নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষীৰ অভিযান। এই অভিযানত এখন নকল সোণৰ নাওঁ সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দুটা হ’ল ক্ৰমে লখিমপুৰৰ বিহপুৰীয়াৰ আকবৰ আলী আৰু আনটো হোজাই মোৰাঝাৰৰ মৌডাংগা পথাৰৰ বিলাল উদ্দিন।

সৰবৰাহকাৰী দুটাৰ কৱলৰ পৰা এখন নকল সোণৰ নাওঁৰ উপৰিও দুটা মোবাইল ফোন আৰু AS31B 8981 নম্বৰৰ বাইক জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰা নকল সোণৰ নাওঁখনৰ ওজন 1.6 কিলোগ্ৰাম।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’