খাদ্য বাৰে বাৰে গৰম কৰি খোৱা উচিত হয়নে? চাওক বিশেষজ্ঞৰ মত
খাদ্য ঠাণ্ডা হোৱাৰ বাবে পিছত পুনৰ বাৰে বাৰে গৰম কৰি খায় লোকসকলে। পিছে এইদৰে এবাৰ ৰন্ধা খাদ্য পিছত বাৰে বাৰে গৰম কৰি খোৱা উচিত হয় নে? ইয়াৰ ফলত দেহৰ কোনো সমস্যা হ’ব পাৰে নেকি?
বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত সকলো লোকেই যিকোনো কাম কম সময়ৰ ভিতৰতে সম্পন্ন কৰাৰ চেষ্টা চলায়। খাদ্য তথা পানীয়ৰ ক্ষেত্ৰতো সেয়ে বাৰে বাৰে প্ৰস্তুত কৰাৰ পৰিৱৰ্তে সময় বচাবলৈকে এবাৰ ৰন্ধা প্ৰস্তুত কৰা খাদ্যকে দিনটোত পিছৰ সময়ত খোৱা দেখা যায়। খাদ্য ঠাণ্ডা হোৱাৰ বাবে পিছত পুনৰ বাৰে বাৰে গৰম কৰি খায় লোকসকলে। পিছে এইদৰে এবাৰ ৰন্ধা খাদ্য পিছত বাৰে বাৰে গৰম কৰি খোৱা উচিত হয় নে? ইয়াৰ ফলত দেহৰ কোনো সমস্যা হ’ব পাৰে নেকি?
এই সন্দৰ্ভত বিশেষজ্ঞৰ মত যথেষ্ট প্ৰয়োজনীয়। ব্ৰিটিছ জাৰ্নেল অৱ নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়নে এই বিষয়ত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। এই অধ্যয়নত গৰম খাদ্য তথা পানীয়ই দেহত কেনে প্ৰভাৱ পেলায়, সেই বিষয়ে উল্লেখ কৰা হৈছে।
Latest Videos
মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পৰা বিহাৰ নিৰ্বাচনৰ বতৰালৈ দিনটোৰ শীৰ্ষ খবৰ
শ্বাহৰুখ খানৰ প্ৰাইভেট জেটখনৰ ভিতৰৰ অংশ দেখিলে আচৰিত হ'ব আপুনি
খাদ্য বাৰে বাৰে গৰম কৰি খোৱা উচিত হয়নে? চাওক বিশেষজ্ঞৰ মত
শীতকালত বৃদ্ধি পাই ব্লাড চুগাৰ,ডায়েবেটিকৰ বাবে চিকিৎসকৰ পৰামৰ্শ..
