শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আয়কৰ ৰিটাৰ্ণত নকৰিব এই ভুল, সকলো হেৰুৱাব লাগিব আপুনি

আয়কৰ ৰিটাৰ্ণত নকৰিব এই ভুল, সকলো হেৰুৱাব লাগিব আপুনি

Trishna Kalita
Trishna Kalita | Published: 24 Jun 2025 22:18 PM

যদি আপুনি সুত, মূলধনী লাভ বা ফ্ৰীলান্সৰ পৰা উপাৰ্জন কৰা আয়ৰ তথ্য লুকুৱাই ৰাখে আৰু আয়কৰ বিভাগে পিছত এই কথা ধৰা পেলায়, তেন্তে আপোনাৰ আয়কৰ ৰিটাৰ্ণ ব্লক হ’ব পাৰে।

১৫ ছেপ্টেম্বৰৰ দিনটো ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ দাখিলৰ নতুন তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। কিন্তু তাৰ আগতে কিছুমান ভুলবোৰ শুধৰণি নকৰিলে কৰদাতাসকলে ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই ধৰণৰ ভুলৰ বাবে ৰিটাৰ্ণ দাখিল কৰাৰ পিছত প্ৰায়ে কৰদাতাসকলৰ টকা পুনৰ বেংক একাউণ্টলৈ ঘূৰি নাহে।