শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?

বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?

Trishna Kalita
Trishna Kalita | Published: 14 Jan 2026 22:04 PM

২০২৩-২৪ বিত্তীয় বৰ্ষৰ একাউণ্টৰ মতে, BCCIৰ হাতত ২০,৬৮৬ কোটি টকা নগদ ধন বা বেংকৰ বেলেঞ্চ আছে। এই পৰিমাণৰ ধন উক্ত বিত্তীয় বৰ্ষত সকলো ৰাজ্যিক সংস্থাক ধন পৰিশোধ কৰাৰ পিছত জমা আছিল।

যিদৰে ভাৰতীয় ক্ৰিকেটত সৌৰভ গাংগুলী আৰু মহেন্দ্ৰ সিং ধোনীৰ দৰে ক্ৰিকেটাৰ অধিনায়ক হৈছিল, একেদৰে এজন বঙালী ক্ৰিকেট প্ৰশাসকে বিশ্ব ক্ৰিকেটত ভাৰতৰ শক্তি বৃদ্ধি কৰিছে। তেওঁ হৈছে জগমোহন ডালমিয়া। আজি ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত জমা হোৱা ধনৰ বহু পৰিমাণে আঁৰত আছে জগমোহন ডালমিয়া। কিন্তু বৰ্তমান ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ হাতত কিমান টকা আছে জানেনে?

২০২৩-২৪ বিত্তীয় বৰ্ষৰ একাউণ্টৰ মতে, BCCIৰ হাতত ২০,৬৮৬ কোটি টকা নগদ ধন বা বেংকৰ বেলেঞ্চ আছে। এই পৰিমাণৰ ধন উক্ত বিত্তীয় বৰ্ষত সকলো ৰাজ্যিক সংস্থাক ধন পৰিশোধ কৰাৰ পিছত জমা আছিল। সূত্ৰ অনুসৰি চলিত বিত্তীয় বৰ্ষৰ হিচাপত বি চি চি আইৰ হাতত প্ৰায় ৩০ হাজাৰ কোটি টকা আছে। যাৰ পৰা তেওঁলোকে প্ৰতি বছৰে সুত হিচাপে প্ৰায় ১ হাজাৰ কোটি টকা উপাৰ্জন কৰে।