শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কামপুৰত উচ্ছেদৰ প্ৰাকক্ষণত জিলা আয়ুক্তৰ তৎপৰতা,  শান্তিপূৰ্ণভাৱে ভূমি খালী কৰাৰ আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

কামপুৰত উচ্ছেদৰ প্ৰাকক্ষণত জিলা আয়ুক্তৰ তৎপৰতা, শান্তিপূৰ্ণভাৱে ভূমি খালী কৰাৰ আহ্বান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

Barasha Misra
Barasha Misra | Published: 28 Nov 2025 16:41 PM

উচ্ছেদৰ প্ৰস্তুতিৰ অংশ হিচাপে, জিলা প্ৰশাসনে উচ্ছেদৰ পৰিকল্পনা, নীতি-নিৰ্ধাৰণ, আৰু বিভিন্ন কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে।

কামপুৰত উচ্ছেদৰ প্ৰাকক্ষণত জিলা আয়ুক্তৰ তৎপৰতা। উচ্ছেদৰ আগমূহূৰ্তত জিলা প্ৰশাসনে, জিলা আয়ুক্ত আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত, উচ্ছেদৰ সৈতে জড়িত সকলো কাম-কাজৰ নিৰীক্ষণ আৰু তদাৰক কৰিছে।

উচ্ছেদৰ প্ৰস্তুতিৰ অংশ হিচাপে, জিলা প্ৰশাসনে উচ্ছেদৰ পৰিকল্পনা, নীতি-নিৰ্ধাৰণ, আৰু বিভিন্ন কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল ঘোষিত স্থান বেদখলমুক্ত কৰিবলৈ মাইকযোগে আহ্বান নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। সকলো স্থান শান্তিপূৰ্ণভাৱে ভূমি খালী কৰাৰ আহ্বান কৰিছে আয়ুক্তগৰাকীয়ে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…