শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
নিশা ঘটিছিল সেই ঘটনা! কোনে বিশ্বাস ভাঙিছিল দীপিকা পাডুকনৰ?

নিশা ঘটিছিল সেই ঘটনা! কোনে বিশ্বাস ভাঙিছিল দীপিকা পাডুকনৰ?

barasha-misra
Barasha Misra | Published: 23 Aug 2025 22:10 PM

দীপিকাই ৰণবীৰ কাপুৰৰ সৈতে থকা সম্পৰ্কৰ কথা মুকলিকৈ ক’বলৈও কুণ্ঠাবোধ কৰা নাছিল। তেওঁ দাবী কৰিছিল যে ৰণবীৰ কাপুৰে বাৰে বাৰে ওচৰলৈ শাৰীৰিক সম্পৰ্কৰ বাবে আহিছিল। কিন্তু হিয়া উজাৰি কাৰোবাক ভালপোৱাটো দীপিকাৰ কোনো অপৰাধ নাছিল।

দীপিকা পাডুকনে যেতিয়া ৰণবীৰৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্ত পেলাইছিল, তেতিয়া সকলোৱে সমালোচনা কৰিছিল। বলীউডৰ খবৰৰ শিৰোনামত আধিপত্য বিস্তাৰ কৰিছিল দুয়ো। দীপিকাই ব্ৰেকাপৰ পিছতো বহু সময় লৈছিল নতুন সম্পৰ্কত আহিবলৈ। অভিনেত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছিল বিশ্বাস কৰিছিল আৰু ঠগ খাইছিল।

দীপিকাই ৰণবীৰ কাপুৰৰ সৈতে থকা সম্পৰ্কৰ কথা মুকলিকৈ ক’বলৈও কুণ্ঠাবোধ কৰা নাছিল। তেওঁ দাবী কৰিছিল যে ৰণবীৰ কাপুৰে বাৰে বাৰে ওচৰলৈ শাৰীৰিক সম্পৰ্কৰ বাবে আহিছিল। কিন্তু হিয়া উজাৰি কাৰোবাক ভালপোৱাটো দীপিকাৰ কোনো অপৰাধ নাছিল। দীপিকাৰ মতে শাৰীৰিক সম্পৰ্ক কেৱল সুখৰ মুহূৰ্ত নহয়, ই এক আৱেগো কাৰোবাৰ লগত শাৰীৰিক আৰু মানসিকভাৱে একত্ৰিত হোৱাৰ। দীপিকাৰ মতে এয়া কোনো ভুল নাছিল। অভিনেত্ৰীগৰাকীয়ে মাথোঁ সম্পৰ্কত থকা মানুহজনৰ লগত ন্যায় কৰিছিল। সেই সময়ত দীপিকাই আন একো চিন্তা কৰা নাছিল।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’