বৰাগাঁৱৰ শ্বহীদ স্মাৰক স্থলী পৰিদৰ্শন কৰি কেতিয়া মুকলি হ’ব জনালে অতুল বৰাই
১০ ডিচেম্বৰত ৰাজ্য চৰকাৰে পালন কৰিব শ্বহীদ দিৱস। কেইবাগৰাকীও শ্বহীদৰ বৰ্তমানো ফটো পোৱা নাই সেয়ে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পৰা নাই বুলি জনায় অতুল বৰাই।
১০ ডিচেম্বৰত মুকলি কৰা হ’ব বৰাগাঁৱৰ শ্বহীদ স্মাৰক। অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ ত্যাগক সুঁৱৰি এই শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হৈছে। ৯ ডিচেম্বৰত সদৌ অসম ছাত্ৰ সন্থা আৰু মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলনৰ লগতে, নাগাৰা নাম , ভাগৱত পাঠ আৰু দিহা নামৰ কৰা হ’ব ।
১০ ডিচেম্বৰত ৰাজ্য চৰকাৰে পালন কৰিব শ্বহীদ দিৱস। কেইবাগৰাকীও শ্বহীদৰ বৰ্তমানো ফটো পোৱা নাই সেয়ে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পৰা নাই বুলি জনায় অতুল বৰাই।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
