শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'অসমত বৰ্তমান ৪০ শতাংশ বাংলাদেশী মূলৰ লোক আছেই, যদি ১০ শতাংশ বাঢ়ে তেন্তে অসমৰ বাবে সংকট'- মুখ্যমন্ত্ৰী

‘অসমত বৰ্তমান ৪০ শতাংশ বাংলাদেশী মূলৰ লোক আছেই, যদি ১০ শতাংশ বাঢ়ে তেন্তে অসমৰ বাবে সংকট’- মুখ্যমন্ত্ৰী

Barasha Misra
Barasha Misra | Updated On: 23 Dec 2025 17:40 PM

ইয়াৰ লগতে ২০২৬ ৰ নিৰ্বাচনত AJP আৰু BJP ৰ মাজত শীতযুদ্ধ হ'ব বুলি বিৰোধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, নিৰ্বাচনত কি হ'ব আজিয়েই ক'ব নোৱাৰি, দুয়োটা দলৰে শক্তিশালী প্ৰাৰ্থী আছে। সময়ত সিদ্ধান্ত ল'ব লাগিব। 

বাংলাদেশীকলৈ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংবাদমাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কয়, ‘অসমত বৰ্তমান ৪০ শতাংশ বাংলাদেশী মূলৰ লোক আছে। আৰু যদি ১০ শতাংশ বাঢ়ে তেন্তে অসমৰ বাবে সংকট। এই কথাই ৫ বছৰ ধৰি কৈ আহিছো। সেইবাবেই যোৱা ৫ বছৰে চিঞৰি আছোঁ।’

ইয়াৰ লগতে ২০২৬ ৰ নিৰ্বাচনত AJP আৰু BJP ৰ মাজত শীতযুদ্ধ হ’ব বুলি বিৰোধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, নিৰ্বাচনত কি হ’ব আজিয়েই ক’ব নোৱাৰি, দুয়োটা দলৰে শক্তিশালী প্ৰাৰ্থী আছে। সময়ত সিদ্ধান্ত ল’ব লাগিব।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’