শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
BSNL-ৰ বাম্পাৰ অফাৰ, মাত্ৰ ১ টকাতে পাব আনলিমিটেড ডাটা-কল!

BSNL-ৰ বাম্পাৰ অফাৰ, মাত্ৰ ১ টকাতে পাব আনলিমিটেড ডাটা-কল!

monjit-dutta
Monjit Dutta | Published: 21 Oct 2025 22:53 PM

এই অফাৰৰ জৰিয়তে গ্ৰাহকসকলে মাত্ৰ ১ টকা টোকেন চাৰ্জতে এক বিশেষ প্লেন সক্ৰিয় কৰিব পাৰিব। এই প্লেনত ১ মাহৰ বাবে প্ৰতিদিনে ২ GB ডাটাৰ লগতে আনলিমিটেড ভইচ কল আৰু ১০০ SMSৰো সুবিধা লাভ কৰিব গ্ৰাহকসকলে।

দেৱালীৰ সময়তে চৰকাৰী টেলিকম প্ৰতিষ্ঠান BSNL- এ গ্ৰাহকৰ বাবে আগবঢ়াইছে এক বাম্পাৰ অফাৰ মাত্ৰ ১টকাতে টেলিকম প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলক প্ৰদান কৰিছে বহু সুবিধা এই সুবিধা গ্ৰহণ কৰি গ্ৰাহকসকলে সঞ্চয়ৰ লগতে বহু সেৱাৰ লাভো উঠাব পাৰিব BSNL- আগবঢ়োৱাদীপাৱলী বোনাঞ্জা’ৰ জৰিয়তে লাভৱান প্ৰতিষ্ঠানটোৰ সেৱা ব্যৱহাৰকাৰীসকল এইদীপাৱলী বোনাঞ্জা’ যোৱা ৮ অক্টোবৰৰ পৰা আৰম্ভ হৈছে সম্পূৰ্ণ মাহ ধৰি অৰ্থাৎ অহা ১৮ নৱেম্বৰলৈকে গ্ৰাহকসকলে লাভ কৰিব এই অফাৰ

এই অফাৰৰ জৰিয়তে গ্ৰাহকসকলে মাত্ৰ ১ টকা টোকেন চাৰ্জতে এক বিশেষ প্লেন সক্ৰিয় কৰিব পাৰিব। এই প্লেনত ১ মাহৰ বাবে প্ৰতিদিনে ২ GB ডাটাৰ লগতে আনলিমিটেড ভইচ কল আৰু ১০০ SMSৰো সুবিধা লাভ কৰিব গ্ৰাহকসকলে।