ৰাজ্যৰ পৰা বিশ্বলৈ, চাওক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…
আজি দিনটোত বহু ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে। পলকতে চাওক অসমৰ লগতে দেশ বিদেশত ঘটা ৯টা গুৰুত্বপূৰ্ণ খবৰ-
- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পত্নীৰ সম্পত্তিৰ তালিকা হাতত লৈ সংবাদমেল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ ৰাজ্যৰ ক’ত কিমান মাটি সম্পত্তি আছে সেই বিষয়ে তথ্য প্ৰদান বিধায়ক গগৈৰ। পূৰ্ব বিজেপিৰ নেতাতকৈ দল বাগৰি অহা বিজেপি নেতাৰ পত্নীহে অধিক সম্পত্তিৰ গৰাকী হোৱা বুলি কটাক্ষ।\
- বৰ্তমান বিটিআৰ ভ্ৰমণত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনসভা সম্বোধন কৰি বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে মুখ্যমন্ত্ৰীয়ে। বাক্সাত এই আঁচনিৰ ৰূপায়ন সন্দৰ্ভত বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
- স্বাধীনতাৰ পাছত ৰূপায়ণ হোৱা শান্তি চুক্তিৰ ভিতৰত আটাইতকৈ সফল শান্তি চুক্তি হৈছে বড়ো শান্তি চুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই কথা। বিজেপি চৰকাৰৰ দিনতে বিটিআৰলৈ শান্তি ঘূৰি অহা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে কেতিয়াও বিটিআৰত শান্তি বিচৰা নাছিল।
ইয়াৰ উপৰিও আজি দিনটোত বহু ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে। পলকতে চাওক অসমৰ লগতে দেশ বিদেশত ঘটা ৯টা গুৰুত্বপূৰ্ণ খবৰ-
Latest Videos

বয়স বিৰোধী ঔষধ! বুঢ়া নহ’বলৈ এজন ব্যক্তিয়ে কিমান টকা খৰচ কৰে?

ৰাজ্যৰ পৰা বিশ্বলৈ, চাওক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…

আহমেদাবাদ দুৰ্ঘটনাত নিহতৰ পৰিয়ালক ভাবুকি দিছে নেকি এয়াৰ ইণ্ডিয়াই!

সুকীয়া নিৰ্বাচনী ব্যৱস্থাৰ দাবীত নিৰ্বাচন বৰ্জনৰ হুংকাৰ বাংলাদেশ
