প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সজাই-পৰাই তোলা হৈছে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়
ইফালে এই ভ্ৰমণসূচীত কেইবাটাও প্ৰকল্পৰ মুকলিৰ লগতে আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। নামৰূপ সাৰ কাৰাখানৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰথমবাৰলৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ন-ৰূপত সজাই তোলা হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়।
আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম বিজেপি। দুদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হৈ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত নিৰ্মিত নতুন টাৰ্মিনেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। অসমসহ উত্তৰ পূবত উপলব্ধ হোৱা বাঁহেৰে বিশেষভাৱে সজাই-পৰাই তোলা কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা টার্মিনেলটো মুকলিৰ বাবে সাজু হৈ উঠিছে।
ইফালে এই ভ্ৰমণসূচীত কেইবাটাও প্ৰকল্পৰ মুকলিৰ লগতে আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। নামৰূপ সাৰ কাৰাখানৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰথমবাৰলৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ন-ৰূপত সজাই তোলা হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
