শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সন্দৰ্ভত কি ক’লে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই?

অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সন্দৰ্ভত কি ক’লে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই?

barasha-misra
Barasha Misra | Published: 27 Nov 2025 23:46 PM

অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ক’লে, অসম বিধানসভাত আজি ৰচনা হ’ল নতুন ইতিহাস।

আজি বিধানসভাত গৃহীত হয় অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত এই বিধেয়ক উত্থাপন কৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সূচনা হয়। অৱশ্যে দীঘলীয়া বিতৰ্কৰ পিছত সদনত গৃহীত হয় বিধেয়কখন। ইয়াৰ পিছত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় এয়া এক ঐতিহাসিক সিদ্ধান্ত। এই বিধেয়ক অনুসৰি কোনো লোকে তেওঁৰ স্বামী বা স্ত্রী জীবিত থকা অৱস্থা আৰু আইনী প্ৰক্ৰিয়াৰে বিচ্ছেদ নহ’লে পুনৰ বিবাহপাশত আৱদ্ধ হ’ব নোৱাৰিব।

অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ক’লে, অসম বিধানসভাত আজি ৰচনা হ’ল নতুন ইতিহাস।