শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam Nagalend Border: অসম-নাগালেণ্ড সীমান্তত নিশা দুস্কৃতিকাৰীয়ে জ্বলালে গাঁও

Assam Nagalend Border: অসম-নাগালেণ্ড সীমান্তত নিশা দুস্কৃতিকাৰীয়ে জ্বলালে গাঁও

barasha-misra
Barasha Misra | Updated On: 03 Oct 2025 14:52 PM

নিশা অগ্নিসংযোগ কৰাৰ ফলত বহু লোক, শিশু, কিশোৰ কিশোৰী আহত হয়। প্ৰথম অৱস্থাত নগা দুৰ্বৃত্তই CRPFকো গাওঁ খনত প্ৰৱেশত বাধা প্ৰদান কৰে।

সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পূনৰ অগ্নিগৰ্ভা পৰিস্থিতি। বৃহস্পতিবাৰে নিশা ১১.৪৫ মান বজাত হঠাৎ নগা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে টেঙাতল জালাল বস্তি নামৰ গাঁওখনত। সংখ্যালঘু মিয়া অধ্যুষিত গাওঁখনক সম্পূৰ্ণৰূপে জ্বলাই দিয়ে নগা দুৰ্বৃত্তই। শুই থকা অৱস্থাতে নগা দুৰ্বৃত্তই গাওঁখন জ্বলাই দিয়াৰ লগতে গুলিচালনা আৰু গ্ৰেনেডেৰে আক্ৰমণ কৰে।

নিশা অগ্নিসংযোগ কৰাৰ ফলত বহু লোক, শিশু, কিশোৰ কিশোৰী আহত হয়। প্ৰথম অৱস্থাত নগা দুৰ্বৃত্তই CRPFকো গাওঁ খনত প্ৰৱেশত বাধা প্ৰদান কৰে।