হঠাৎ কি হ’ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট…
Anushka Sharma: বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাৰ বিভিন্ন ভিডিঅ' প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হৈ থাকে। শেহতীয়াকৈ বিৰুষ্কাৰ কন্যাই ৫ বছৰত ভৰি দিলে। এই সময়ত অনুষ্কাৰ কৰে এক বিশেষ পোষ্ট।
বিবাহৰ পাছতে অভিনয় জগতৰ পৰা দূৰত আছে অভিনেত্ৰী অনুষ্কা শৰ্মা। বৰ্তমান সময়ত তেওঁ স্বামী বিৰাট কোহলি আৰু দুই সন্তানৰ সৈতে সুখৰ সংসাৰ উদযাপন কৰি আছে। প্ৰায়ে দুয়োকে বিমান বন্দৰ বা অন্য ক্ষেত্ৰত একেলগে দেখা যায়। পুত্ৰৰ জন্মদিনৰ পাছতে দুয়ো লণ্ডনত বাস কৰি আহিছে যদিও শেহতীয়াকৈ দুয়োকে ভাৰতত দেখা গৈছে। কিন্তু কিছুদিন পূৰ্বে অনুষ্কা শৰ্মাই কৰা এক পোষ্টে সকলোৰে দৃষ্টি কাঢ়িছে।
বিৰাট- অনুষ্কাৰ কন্যা ভামিকাৰ জন্মদিনত অনুষ্কাই কৰে এক বিশেষ পোষ্ট। ১১ জানুৱাৰী আছিল ভামিকাৰ জন্মদিন। এই দিনটোত তেওঁ ৫ বছৰত ভৰি দিলে। এই দিনটোতে মাতৃত্বৰ অনুভৱ ব্যক্তি কৰে অনুষ্কাই আৰু সামাজিক মাধ্যমত পোষ্ট কৰে। এই সময়চোৱাত তেওঁ জীৱন সলনি হোৱাৰ কথা কয়।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
Latest Videos
ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ
'বাগুৰুম্বা দ’হৌ'লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনহে বাকী
হঠাৎ কি হ'ল বিৰাট পত্নীৰ? সামাজিক মাধ্যমত এক বিশেষ পোষ্ট...
বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড BCCIৰ ওচৰত কিমান টকা আছে জানেনে?
