শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কাজিৰঙা ৰাষ্টীয় উদ্যানৰ মনোমোহা দৃশ্য উপভোগ অনিল কুম্বলেৰ

কাজিৰঙা ৰাষ্টীয় উদ্যানৰ মনোমোহা দৃশ্য উপভোগ অনিল কুম্বলেৰ

manas-borah
Manas Borah | Published: 19 Nov 2025 15:39 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ভাৰতীয় কিংবদন্তী ক্ৰিকেটাৰ অনিল কুম্বলে। বুধবাৰৰ পুৱা ভাগতে কাজিৰঙা ৰাষ্টীয় উদ্যান ভ্ৰমণ কৰে ভাৰতীয় কিংবদন্তী ক্ৰিকেটাগৰাকীয়ে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ভাৰতীয় কিংবদন্তী ক্ৰিকেটাৰ অনিল কুম্বলে। বুধবাৰৰ পুৱা ভাগতে কাজিৰঙা ৰাষ্টীয় উদ্যান ভ্ৰমণ কৰে ভাৰতীয় কিংবদন্তী ক্ৰিকেটাগৰাকীয়ে। ৰাষ্টীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে হাতত কেমেৰা লৈ ভাল দৃশ্যবোৰ ধৰি ৰখাৰ চেষ্টা কৰা দেখা যায় ভাৰতীয় কিংবদন্তী ক্ৰিকেটাগৰাকীক।