শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Amitabh Bachchan, SIR News: মুম্বাইৰ ভোটাৰ নহয়, অন্য ৰাজ্যৰ ভোটাৰ তালিকাত অমিতাভ বচ্চনৰ নাম !

Amitabh Bachchan, SIR News: মুম্বাইৰ ভোটাৰ নহয়, অন্য ৰাজ্যৰ ভোটাৰ তালিকাত অমিতাভ বচ্চনৰ নাম !

manas-borah
Manas Borah | Published: 06 Dec 2025 22:16 PM

অমিতাভৰ বিষয়ে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। এই তথ্য দেখি স্তম্ভিত হৈ পৰিছে BLO ৰ লগতে অনুৰাগীসকল। আনকি স্থানীয় লোক সকলেও এই কথা বিশ্বাস কৰিব পৰা নাই।

মুম্বাইৰ ভোটাৰ নহয় অমিতাভ বচ্চন। শেহতীয়াকৈ নিৰ্বাচন আয়োগে চলোৱা ভোটাৰ তালিকাৰ SIR প্ৰক্ৰিয়াত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। এই তথ্য দেখি স্তম্ভিত অনুৰাগী। প্ৰতিটো নিৰ্বাচনতে অমিতাভ বচ্চনক পৰিয়ালৰ সৈতে মুম্বাইৰ জুহু অঞ্চলত ভোটদান কৰা দেখা যায়। ভোটদান কৰি কেমেৰাৰ সন্মুখত প’জ দিয়ে বচ্চন পৰিয়ালে।

যদি আপুনি হঠাতে জানিব পাৰে যে, অমিতাভ বচ্চন সেই অঞ্চলৰ ভোটাৰ নহয়, তেতিয়া হ’লে আচৰিত হোৱাটো স্বাভাৱিক! অমিতাভৰ বিষয়ে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। এই তথ্য দেখি স্তম্ভিত হৈ পৰিছে BLO ৰ লগতে অনুৰাগীসকল। আনকি স্থানীয় লোক সকলেও এই কথা বিশ্বাস কৰিব পৰা নাই।