মিছ ৱৰ্ল্ড প্ৰতিযোগিতাই বিপদত পেলালে অমিতাভক, আৰ্থিক সংকটত বিগ বি!
আৰম্ভণিৰ সময়ত এবিচিএলৰ মূল্য ৬০ কোটি টকা আছিল। কিন্তু, বিগ বিয়ে তেওঁৰ কোম্পানীটোক চাৰি বছৰৰ ভিতৰত অৰ্থাৎ ২০০০ চনৰ ভিতৰত ১০০০ কোটি টকাৰ কোম্পানীলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰে। এই লক্ষ্য আগত ৰাখে যদিও, ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। ইয়াৰ পিছত তেওঁ আন কেইবাটাও প্ৰকল্পৰ সৈতে জড়িত হৈ পৰে, যিবোৰৰ ক্ষেত্ৰতো লোকচানৰ সন্মুখীন হয়। তাৰ ভিতৰত অন্যতম আছিল মিছ ৱৰ্ল্ড প্ৰতিযোগিতা।
১৯৯৬ চনত অমিতাভ বচ্চনে অভিনয়ৰ পৰা ব্যৱসায়ৰ জগতখনত ভৰি দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁ ‘অমিতাভ বচ্চন কৰ্প’ৰেশ্যন লিমিটেড’ বা ‘এবিচিএল’ নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে। এই কোম্পানীটো আৰম্ভ কৰিবলৈ তেওঁ কানাড়া বেংকৰ পৰা প্ৰায় ২২ কোটি টকাৰ ঋণ লয়। এই বৃহৎ ঋণৰ বাবে তেওঁ নিজৰ বাংলা প্ৰতীক্ষাক গ্যাৰান্টি হিচাপে ৰাখিছিল। সেই সময়ত বাংলোটোৰ বজাৰ মূল্য আছিল ১০ কোটিতকৈও অধিক। আৰম্ভণিৰ সময়ত এবিচিএলৰ মূল্য ৬০ কোটি টকা আছিল। কিন্তু, বিগ বিয়ে তেওঁৰ কোম্পানীটোক চাৰি বছৰৰ ভিতৰত অৰ্থাৎ ২০০০ চনৰ ভিতৰত ১০০০ কোটি টকাৰ কোম্পানীলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰে। এই লক্ষ্য আগত ৰাখে যদিও, ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। ইয়াৰ পিছত তেওঁ আন কেইবাটাও প্ৰকল্পৰ সৈতে জড়িত হৈ পৰে, যিবোৰৰ ক্ষেত্ৰতো লোকচানৰ সন্মুখীন হয়। তাৰ ভিতৰত অন্যতম আছিল মিছ ৱৰ্ল্ড প্ৰতিযোগিতা।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’….