শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Akash Ambani on Mukesh Ambani: কোনেও গম পোৱা নাছিল! মুকেশ আম্বানীয়ে ৰাতি ২ বজালৈকে কি কৰে ?

Akash Ambani on Mukesh Ambani: কোনেও গম পোৱা নাছিল! মুকেশ আম্বানীয়ে ৰাতি ২ বজালৈকে কি কৰে ?

Manas Borah
Manas Borah | Published: 17 Aug 2025 20:08 PM

বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানী। কিন্তু আপুনি জানেনে যে, ৰাতি ২ টা বজালৈ আম্বানীয়ে কি কৰে? ইয়াৰ উত্তৰ শ্বেয়াৰ কৰিছে তেওঁৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীয়ে।

দেশৰ লগতে বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানী। কিন্তু আপুনি জানেনে যে, ৰাতি ২ টা বজালৈ আম্বানীয়ে কি কৰে? ইয়াৰ উত্তৰ শ্বেয়াৰ কৰিছে তেওঁৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীয়ে। এতিয়া ৰিলায়েন্স পৰিচালনাৰ দায়িত্ব তেওঁৰ তিনিটা সন্তান আকাশ,ঈশা আৰু অনন্তৰ কান্ধত।

ডাঙৰ পুত্ৰ আকাশ আম্বানীয়ে দেউতাক মুকেশ আম্বানীক অনুসৰণ কৰি আহিছে। তেওঁক যেতিয়া সোধা হৈছিল, কোনে তেওঁক অনুপ্ৰাণিত কৰে? তেতিয়া তেওঁ বিখ্যাত ব্যক্তিৰ নাম লোৱা নাছিল। তেওঁ প্ৰথমে লৈছিল পিতৃ-মাতৃৰ নাম। লগতে তেওঁ শ্বেয়াৰ কৰিছে দেউতাক মুকেশ আম্বানীৰ সন্দৰ্ভত নজনা বহু তথ্য।