ঐশ্বৰ্যৰ বিয়াত কোনে আটাইতকৈ দামী উপহাৰটো দিছিল?

| Edited By: Barasha Sarma

Sep 25, 2025 | 5:15 PM

জয়া-অমিতাভে তেওঁলোকৰ ‘বোৱাৰী’ৰ বাবে উপহাৰ হিচাপে দিছিল এডাল হীৰাৰে ভৰা মংগলসূত্ৰ। প্ৰশ্ন হয়, সেই মংগলসূত্ৰৰ দাম কিমান? আপুনিও শুনি আচৰিত হ’ব।

বচ্চন পৰিয়ালে অতি আড়ম্বৰেৰে আয়োজন কৰিছিল পুত্ৰৰ বিয়া। কোৱা হয় তেওঁলোকৰ একমাত্ৰ পুত্ৰ অভিষেক আৰু কইনা যেতিয়া ঐশ্বৰ্য ৰায় বচ্চন, তাতনো কিহৰ অভাৱ থাকিব? বিয়াত বচ্চন পৰিয়ালে ঐশ্বৰ্যক বিভিন্ন উপহাৰ দিছিল।   কিন্তু সকলোকে বেছি আকৰ্ষণীয় উপহাৰটো আছিল ঐশ্বৰ্যৰ ডিঙিত থকা মংগলসূত্ৰ।