আধাৰ কাৰ্ডত স্বামীৰ নাম কেনেকৈ সংযোগ কৰিব?জানক প্ৰক্ৰিয়া…
Aadhaar Card Update: বৰ্তমান সময়ত আধাৰ কাৰ্ড আপডেট থকা অতি প্ৰয়োজন। আধাৰ আপডেট নাথাকিলে সমস্যা আহিব পাৰে। আপুনি বিয়াৰ পাছত স্বামীৰ নাম আধাৰত সংযোগ কৰিব বিচাৰে নেকি? ইয়াৰ বাবে আছে এক প্ৰক্ৰিয়া।
বৰ্তমান আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা অধিক। প্ৰায় সকলো কামতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। চৰকাৰী কামৰ পৰা আৰম্ভ কৰি বেংকৰ কাম-কাজলৈ প্ৰায় সকলো ক্ষেত্ৰতে আধাৰৰ প্ৰয়োজন। যাৰ বাবে আধাৰ কাৰ্ড আপডেট কৰি ৰাখিব লাগে। অন্যথা সমস্যা আহিব পাৰে। আধাৰ কাৰ্ড আপডেট নাথাকিলে পাছপোৰ্ট, জীৱন বীমা আদিও বন্ধ হৈ পৰিব পাৰে। আজিকালি অনলাইনৰ দ্বাৰা অতি সহজে আধাৰ কাৰ্ড আপডেট কৰিব পাৰে।
আপোনাৰ বিয়া হৈছে নেকি যদি হৈছে তেন্তে আপুনি বিয়াৰ পাছত আধাৰ কাৰ্ডৰ সৈতে স্বামীৰ নাম সংযোগ কৰিব পাৰে। ইয়াৰ বাবে থাকে এক প্ৰক্ৰিয়া। অতি সহজ প্ৰক্ৰিয়াৰে আপুনি এই কাম কৰিব পাৰে। ইয়াৰ বাবে আপুনি uidai.gov.in ৰ অফিচিয়েল ৱেবচাইটলৈ যাব লাগিব। পাছত বাকী প্ৰক্ৰিয়া পূৰ কৰিব লাগিব।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
