শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আপোনাৰ অজ্ঞাতে আধাৰ কাৰ্ড দুই নম্বৰী কামত ব্যৱহাৰ হ'লে জানিব কেনেকৈ?

আপোনাৰ অজ্ঞাতে আধাৰ কাৰ্ড দুই নম্বৰী কামত ব্যৱহাৰ হ’লে জানিব কেনেকৈ?

manas-borah
Manas Borah | Published: 16 Dec 2025 21:06 PM

যদি আপোনাৰ আধাৰ কাৰ্ড প্ৰৱঞ্চকৰ হাতত পৰে তেন্তে আপুনি আৰ্থিক প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে। আনকি আপোনাৰ চৰকাৰী সুবিধাও ব্লক কৰিব পাৰে। এনে পৰিস্থিতিত কেনেকৈ আধাৰ কাৰ্ড সুৰক্ষিত কৰি ৰাখিব পাৰি?

ভাৰতীয়ৰ বাবে আধাৰ কাৰ্ড আজিৰ দিনত কেৱল পৰিচয় পত্ৰ নহয়। ক’ব পাৰি যে, বৰ্তমান ই বেংক, চৰকাৰী সেৱা আৰু ˌটেলিক’মিউনিকেচনৰ সুবিধা লাভৰ মূল চাবিকাঠি। কিন্তু আপোনাৰ সকলো ব্যক্তিগত তথ্য আৰু বায়’মেট্ৰিক সবিশেষ এই ১২ অংকৰ আধাৰ নম্বৰৰ ভিতৰত লুকাই থাকে। যদি আপোনাৰ আধাৰ কাৰ্ড প্ৰৱঞ্চকৰ হাতত পৰে তেন্তে আপুনি আৰ্থিক প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে। আনকি আপোনাৰ চৰকাৰী সুবিধাও ব্লক কৰিব পাৰে। এনে পৰিস্থিতিত কেনেকৈ আধাৰ কাৰ্ড সুৰক্ষিত কৰি ৰাখিব পাৰি?

কোনো লোকে আপোনাৰ আধাৰ কাৰ্ড অপব্যৱহাৰ কৰিছে নেকি সেই কথা জানিব কেনেকৈ ? আপোনাৰ আধাৰ কাৰ্ডৰ অপব্যৱহাৰ হৈছে নেকি সেয়া অনলাইনত পৰীক্ষা কৰিব পাৰি। এই কাম আপুনি নিজে কৰিব লাগিব।